কঁRiya - Kariya Assamese Traditional Jewellery & Attire

কঁRiya - Kariya Assamese Traditional Jewellery & Attire Jewellery

02/05/2026

Where Heritage Meets Luxury ❤️

লোকাপাৰ / লুকাপাৰ

লোকাপাৰ হৈছে অসমৰ পৰম্পৰাগত গহনাৰ ভিতৰত এপদ অন্যতম গহনা, এইবিধ গহনা পাৰ চৰাইৰ আকৃতিৰ পৰা অনুপ্ৰাণিত হৈ তৈয়াৰ কৰা হয়, অসমৰ এই পৰম্পৰাগত গহনা সমূহ ৰূপৰ ওপৰত ২৪ কেৰেট সোণৰ প্ৰলেপ দি তৈয়াৰ কৰা হয় লগতে এই গহনা সমূহ কেৱল আমাৰ থলুৱা কাৰিকৰৰ দ্বাৰা প্ৰস্তুত কৰা হয়...
সাধাৰণতে লোকাপাৰ গহনাপদ চৰাইটিৰ দৰেই গোটা আকৃতিৰ বনোৱা হয় যদিও বৰ্তমান সময়ত পিন্ধিবলৈ সুবিধা হোৱাকৈ অৰ্থাৎ ওজন কম হোৱাকৈ চেপেটাকৈও তৈয়াৰ কৰা হয় অস্তিত্বক আঘাত নোহোৱাকৈ....

Lokaparo / Lukaparo – A Timeless Assamese Heritage Ornament.

Lokaparo is one of the most iconic and cherished traditional jewellery pieces of Assam, inspired by the graceful form of a bird. Deeply rooted in Assamese culture, this ornament reflects elegance, heritage, and fine craftsmanship.
Crafted on a silver base and finished with a premium 24-karat gold coating, each piece of Lokaparo is meticulously handmade by skilled local artisans, preserving the authenticity of traditional jewellery-making techniques.
Traditionally designed in a bold, rounded form resembling the bird’s natural shape, Lokaparo has evolved with time. Modern variations are now available in lighter, flatter designs, offering enhanced comfort and wearability while maintaining its original essence and cultural identity.
A perfect blend of tradition and contemporary design, Lokaparo remains an essential part of Assamese bridal and festive jewellery collections.

For Booking Or Details Please Feel Free To Contact Me 088769 86248

কঁৰিয়াৰ তৰফৰ পৰা সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ..... ❤️
15/04/2026

কঁৰিয়াৰ তৰফৰ পৰা সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ..... ❤️

Stone Golpota Collection From The House Of কঁRiya - Kariya Assamese Traditional Jewellery & Attire  ❤️Stone Golpota ❤️Pu...
22/03/2026

Stone Golpota Collection From The House Of কঁRiya - Kariya Assamese Traditional Jewellery & Attire ❤️

Stone Golpota ❤️
Pure Silver Based Gold Polished ❤️

For Booking Or Details Please Feel Free To Contact Me

088769 86248

https://wa.me/message/A3LMPRTNZNPZE1

26/02/2026

Cotton Kesapaat ❤️
For Details Please Feel Free To Connect Me 088769 86248

সকলোৱে নিশ্চয় গমেই পাই যে বৰ্তমান সোণ-ৰূপৰ দাম প্ৰত্যেক দিনাই বৃদ্ধি হৈ আছে.... সেয়ে অসমীয়া গহনাৰ দামবোৰো আগতকৈ বৃদ্ধ...
29/01/2026

সকলোৱে নিশ্চয় গমেই পাই যে বৰ্তমান সোণ-ৰূপৰ দাম প্ৰত্যেক দিনাই বৃদ্ধি হৈ আছে.... সেয়ে অসমীয়া গহনাৰ দামবোৰো আগতকৈ বৃদ্ধি কৰিব লগা হৈছে.... আমাৰ উপায় নাই হঠাৎ ইমান বেছি দাম বৃদ্ধি হ'ব বুলি ভৱা নাছিলোঁ....

মই কঁৰিয়াৰ স্বত্বাধিকাৰী হিচাপে আপোনালোকক জনাওঁ যে আমাৰ দোকানত আমি বিশুদ্ধ ৰূপৰ হে কাম কৰোঁ, কোনো ধৰণৰ তাম বা পিতল আমাৰ দোকানৰ গহনাত ব্যৱহাৰ নহয়..... অৰ্থাৎ আমি তৈয়াৰ কৰা গহনাসমূহ বিশুদ্ধ আৰু আচল.... সেয়ে বৰ্তমান সোণ-ৰূপৰ দামৰ বৃদ্ধি অনুসৰি গহনাৰ দামবোৰো বৃদ্ধি হৈ গৈ থাকিব....

সুকন্যা সুপ্ৰিয়া দাস
কঁৰিয়া
গুৱাহাটী-২৪
088769 86248

কিছুমান কথা মুকলিকৈ ক'ব লাগে বুলি ভাৱিছোঁ....সেয়ে ক'ব বিচাৰিছোঁ....∆ আপুনি কিবা এটা বস্তু Booking কৰি যি Advance দিয়ে আ...
09/07/2025

কিছুমান কথা মুকলিকৈ ক'ব লাগে বুলি ভাৱিছোঁ....
সেয়ে ক'ব বিচাৰিছোঁ....

∆ আপুনি কিবা এটা বস্তু Booking কৰি যি Advance দিয়ে আৰু পাছত আপুনি বস্তু ল'ব নিবিচাৰি যদি Advance Return বিচাৰে সেইয়া ঘূৰাই দিয়াৰ নিয়ম মোৰ দোকানত নাই... যিহেতু Advance দিয়াৰ লগে লগেই আমি কামবোৰ আৰম্ভ কৰোঁ...

∆ আপুনি সম্পুৰ্ণ পইচা দিয়াৰ ৩-৬ মাহৰ ভিতৰত যদি বস্তু নিনিয়ে বা তেন্তে সেইয়া আৰু ৰাখি থোৱা নহ'ব...Payment Return কৰাও নহ'ব...

∆ Advance দি অৰ্ডাৰ দিয়া পাছত যদি আপোনাৰ বস্তুখিনি সম্পুৰ্ণ হোৱা বুলি জনোৱাৰ পাছতো আপুনি আজি লম / কালিলৈ লম বুলি আপোনাৰ বস্তু খিনি ৩-৬ মাহৰ ভিতৰত নলয় সেইখিনি আমি ৰাখি থ'ব নোৱাৰিম....

∆ এইখিনি চিনাকি বা অচিনাকি বুলি নহয়, সকলো গ্ৰাহকৰ বাবে একেই...

কঁRiya - Kariya Assamese Traditional Jewellery & Attire ❤️

Customised Phool Set ❤️ Pure Silver Based Gold Foiled Plated ❤️ Handmade ❤️For Details Please Feel Free To Contact Me 08...
17/06/2025

Customised Phool Set ❤️

Pure Silver Based Gold Foiled Plated ❤️
Handmade ❤️

For Details Please Feel Free To Contact Me
088769 86248

Customised Silver Based Gold Polished Minakari Work Jewellery Set ❤️ কঁRiya - Kariya Assamese Traditional Jewellery & At...
02/06/2025

Customised Silver Based Gold Polished Minakari Work Jewellery Set ❤️

কঁRiya - Kariya Assamese Traditional Jewellery & Attire ❤️

For Details Please Feel Free To Contact Me
088769 86248

Phool Set ❣️ Pure Silver Based Gold Foiled Plated Jethipota Set From The House Of কঁRiya - Kariya Assamese Traditional J...
21/05/2025

Phool Set ❣️

Pure Silver Based Gold Foiled Plated Jethipota Set From The House Of কঁRiya - Kariya Assamese Traditional Jewellery & Attire ❤️

For Details Please Feel Free To Contact 8876986248

https://wa.me/message/A3LMPRTNZNPZE1

ফুল 💝

বিশুদ্ধ ৰূপৰ ওপৰত সোণ পাত লগোৱা হৈছে...
হস্তনিৰ্মিত ❤️

সবিশেষ জানিবলৈ আমাৰ যোগাযোগৰ নম্বৰ
৮৮৭৬৯৮৬২৪৮

আমাৰ ঠিকনা
Kariya
AIDC , R.G.B Road , Guwahati
Opposite of Ambikagirinagar Path
Guwahati 781024
Phone number 8876986248

Address

R. G. B. Road
Guwahati
781024

Opening Hours

Monday 11am - 8:30pm
Tuesday 11am - 8:30pm
Wednesday 11am - 8:30pm
Thursday 11am - 8:30pm
Friday 11am - 8:30pm
Saturday 11am - 8:30pm

Telephone

+918876986248

Website

Alerts

Be the first to know and let us send you an email when কঁRiya - Kariya Assamese Traditional Jewellery & Attire posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to কঁRiya - Kariya Assamese Traditional Jewellery & Attire:

Share