Prajapati Assamese Jewellery #প্ৰজাপতি অসমীয়া গহনা

  • Home
  • India
  • Guwahati
  • Prajapati Assamese Jewellery #প্ৰজাপতি অসমীয়া গহনা

Prajapati Assamese Jewellery #প্ৰজাপতি অসমীয়া গহনা It's All about-ASSAMESE TRADITIONAL JEWELLERY and Dresses".It's our best effort to promote our culture all over the world. প্ৰজাপতি -A Dream, A Passion.

কতনা কতীয়ৰি নেওচি অদম্য কৰ্ষণৰ ফলত প্ৰাণ পালে মোৰ কেঁচা সোণৰ প্ৰজাপতি …মোৰ সপোনৰ পখিলা।সৃষ্টিৰ অনাবিল আনন্দ আৰু প্ৰাচুৰ্য্যৰে ভৰপূৰ এক সপোন লৈ
ঔদ্যোগিক ক্ষেত্ৰখনত ভৰি থৈছোঁ।অসমীয়া গহনাৰ ব্যৱসায় অসমত বিৰল নহয়।বহু কেইগৰাকী মহিলা উদ্যোগীয়ে ইতিমধ্যে এই ব্যৱসায়ত কৃতকাৰ্য্যতা লাভ কৰিছে।এগৰাকী শিক্ষিত মহিলা হিচাপে মইও চেষ্টা কৰিছোঁ গতানুগতিক উপাৰ্জনৰ পথ এটিৰ পৰা কিছু ফালৰি কাটি আহি এক ব্যতিক্ৰমী চিন্তা

চৰ্চাৰে আগুৱাই যোৱাৰ।আপোনালোকৰ সঁহাৰি আৰু শুভাৰ্শীষ সদায়ে লাগিব।এটাই মাথোঁ প্ৰতিশ্ৰুতি দিব পাৰো…"নিজক ফাঁকি দি পোৱা নাই আজিলৈ,আপোনালোককো নিদিও"।সদায়ে উৎকৃষ্ট দামত উৎকৃষ্ট সামগ্ৰীৰ যোগান ধৰিম।যোগাযোগ কৰক আজিয়েই আপোনাৰ মনৰ সামগ্ৰীবিধ পাবৰ কাৰণে মোৰ 8638302471/ 9864104705 নম্বৰত

28/02/2026

WELCOME TO
Prajapati Assamese Jewellery #প্ৰজাপতি অসমীয়া গহনা & #হেণ্ডলুম

🙏🙏শুভাৰম্ভ পাটমাদৈ (পঞ্চম)🙏🙏প্ৰজাপতি অসমীয়া গহনা  অসমীয়া গহনা  ই আয়োজন কৰিবলৈ লোৱা  #পাটমাদৈ অনুষ্ঠানটিত অসমৰ বিভিন্ন ...
22/11/2024

🙏🙏শুভাৰম্ভ পাটমাদৈ (পঞ্চম)🙏🙏

প্ৰজাপতি অসমীয়া গহনা অসমীয়া গহনা ই আয়োজন কৰিবলৈ লোৱা #পাটমাদৈ অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 21 #বছৰৰ পৰা সকলো নাৰীয়ে অংশগ্ৰহন কৰিব পাৰিব ।
প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ বাবে বয়স 21 বছৰৰ পৰা হ'ব লাগিব ।

এই প্ৰতিযোগিতাৰ নিয়মাৱলী তলত উল্লেখ কৰা হ'ল ।

#পাটমাদৈ #সবিশেষ/ #নিয়মাৱলী:-

✅ #পাটমাদৈ_প্ৰতিযোগিতাৰ_নিয়মাৱলী:-

✅পাটমাদৈ অনুষ্ঠানৰ TALENT HUNT (প্ৰতিভাৰ সন্ধান) প্ৰতিযোগিতা খনৰ মূল বিভাগ হ'ব 4 টা।
১. গীত
২. নৃত্য
৩. কবিতা আবৃত্তি
৪. একক অভিনয়
(মাত্ৰ অসমীয়া ভাষা হে প্ৰযোজ্য)

✅ #নিৰ্বাচনী #প্ৰক্ৰিয়া✅

👉 #গীত #কবিতা আবৃত্তি #নৃত্য আৰু #অভিনয় প্রতিযোগিতাৰ বাবে এটা সৰু ভিডিঅ' ক্লিপ (30 sec to 1 min)পঠাব 8638302471 / 9864104705 এই নম্বৰটোত,চুড়ান্ত পৰ্যায়ৰ নিৰ্বাচনৰ বাবে |

👉 20 গৰাকী মহিলা চুড়ান্ত পৰ্যায়ৰ বাবে নিৰ্বাচিত কৰা হ'ব | (TOP 20)
তালিকাখন ফেচবুকতে দিয়া হ'ব 29 নৱেম্বৰ 2024 তাৰিখে দিয়া হ'ব আৰু call কৰিও জনোৱা হ'ৱ |

👉 ভিডিঅ' সমূহ 28 নৱেম্বৰ ৰাতি 12 বজালৈকে (2024) পঠাব পাৰিব।

👉 অডিচনৰ বাবে প্ৰতিযোগীয়ে কোনো মূল্য বহন কৰিব নালাগে।

💐💐কিন্তু, যদিহে আপুনি চূড়ান্ত প্ৰতিযোগী হিচাপে নিৰ্বাচিত হয় তেতিয়া আপোনাক #ৰেজিস্ট্ৰেছন মূল্য জনোৱা হ'ব। (for grooming)

👉অডিচন ৰ বাবে অন্তিম তাৰিখ 28 নৱেম্বৰ। চূড়ান্ত প্ৰতিযোগীৰ তালিকা ঘোষণা কৰা হ'ব 29 নৱেম্বৰ 2024 তাৰিখে।

✅বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত ।✅

ইচ্ছুক প্ৰতিযোগীয়ে যেন অতি সোনকালেই আমাৰ সৈতে যোগাযোগ কৰে | প্ৰতিযোগিতাৰ বিষয়ে যিকোনো কথা জানিবলৈ আমাৰ 8638302471 এই সদায় খোলা আছে |

**ধন্যবাদেৰে
পাটমাদৈ কৰ্মকৰ্তা ৰ হৈ

Pallabi Hazarika
Paatmadoi-পাটমাদৈ "এক সাংস্কৃতিক মঞ্চ"

Prajapati Assamese Jewellery #প্ৰজাপতি অসমীয়া গহনা

Address

In #Between Guwahati Club And Silpukhuri, Opposite #BATA SHOWROOM, GUWAHATI CLUB, JUST NEAR POST OFFICE BYLANE. OPPOSITE OF Axis Bank Silpukhuri
Guwahati
781003

Opening Hours

Monday 10am - 8pm
Tuesday 10am - 8pm
Wednesday 10am - 8pm
Thursday 10am - 8pm
Friday 10am - 8pm
Saturday 10am - 8pm
Sunday 5pm - 8pm

Telephone

+918638302471

Alerts

Be the first to know and let us send you an email when Prajapati Assamese Jewellery #প্ৰজাপতি অসমীয়া গহনা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prajapati Assamese Jewellery #প্ৰজাপতি অসমীয়া গহনা:

Share