Dugdugi Assamese Jewellery

Directions Website Contact the business

Dugdugi Assamese Jewellery 21 টাকৈ ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী, 14 বছৰ অতিক্ৰম কৰা প্রতিষ্ঠান ডুগডুগী
Doogdoogi- call/WhatsApp 9957992615 for Booking

17/10/2026
17/10/2026
16/10/2026
15/10/2026

গ্ৰীণ বৰফী ছেট...- *দুর্গা পূজা উপলক্ষে ডুগডুগীৰ বিশেষ ৰেহাই*

প্ৰত্যেক বছৰৰ দৰে শাৰদীয় দুর্গা পূজাত এইবেলিও অসমৰ সবাতোকৈ জনপ্ৰিয় অসমীয়া গহনাৰ প্ৰতিষ্ঠান ডুগডুগীয়ে গ্রাহকলৈ আগবঢ়াইছে মেগা অফাৰ। ডুগডুগীৰ স্বত্বাধিকাৰ তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কেইবাটাও বঁটাপ্রাপক জনপ্রিয় জুৱেলাৰী ডিজাইনাৰ উৎপল বণিয়াই জানিবলৈ দিয়া মতে- ডুগডুগীৰ গুৱাহাটী, নগাঁও, তেজপুৰ, লখিমপুৰ, শিৱসাগৰ , ডিব্ৰুগড় আৰু যোৰহাট শাখাত অসমীয়া গহনাৰ প্ৰতিটো ছেটতে গ্রহকক ২০ শতাংশ ৰেহাই দিয়া হ’ব। তদুপৰি ভাৰতবৰ্ষৰ যিকোনো ঠাইতো ২০ শতাংশৰ লগতে অতিৰিক্ত ২ শতাংশ ৰেহাই মূল্যত গহনা লোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। তদুপৰি লাকী ড্ৰ’ৰ জৰিয়তে ১০ গৰাকী গ্রাহকলৈ বিশেষ পুৰষ্কাৰ দিয়া হ’ব। অধিক জানিবৰ বাবে তথা অনলাইনৰ জৰিয়তে সুবিধা ল’বলৈ 9957992615 নম্বৰত যোগাযোগ কৰিব পাৰিব।






অৰ্চনা দাস - আমাৰ এগৰাকী  প্ৰিয় গ্ৰাহক। তেওঁ পিন্ধি থকা  ডাঙৰ জোনবিৰি টো আপোনলোক সকলোৰে প্ৰিয় তথা অসমীয়া গহনাক বিশ্ব ...
15/10/2026

অৰ্চনা দাস - আমাৰ এগৰাকী প্ৰিয় গ্ৰাহক। তেওঁ পিন্ধি থকা ডাঙৰ জোনবিৰি টো আপোনলোক সকলোৰে প্ৰিয় তথা অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ১৪ টা বছৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত জনপ্ৰিয় প্ৰতিস্থান ডু্গডুগীৰ। তেখেতক ডু্গডুগী পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।





15/10/2026

Lokapara Sango Tenga Har ...- *দুর্গা পূজা উপলক্ষে ডুগডুগীৰ বিশেষ ৰেহাই*

প্ৰত্যেক বছৰৰ দৰে শাৰদীয় দুর্গা পূজাত এইবেলিও অসমৰ সবাতোকৈ জনপ্ৰিয় অসমীয়া গহনাৰ প্ৰতিষ্ঠান ডুগডুগীয়ে গ্রাহকলৈ আগবঢ়াইছে মেগা অফাৰ। ডুগডুগীৰ স্বত্বাধিকাৰ তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কেইবাটাও বঁটাপ্রাপক জনপ্রিয় জুৱেলাৰী ডিজাইনাৰ উৎপল বণিয়াই জানিবলৈ দিয়া মতে- ডুগডুগীৰ গুৱাহাটী, নগাঁও, তেজপুৰ, লখিমপুৰ, শিৱসাগৰ , ডিব্ৰুগড় আৰু যোৰহাট শাখাত অসমীয়া গহনাৰ প্ৰতিটো ছেটতে গ্রহকক ২০ শতাংশ ৰেহাই দিয়া হ’ব। তদুপৰি ভাৰতবৰ্ষৰ যিকোনো ঠাইতো ২০ শতাংশৰ লগতে অতিৰিক্ত ২ শতাংশ ৰেহাই মূল্যত গহনা লোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। তদুপৰি লাকী ড্ৰ’ৰ জৰিয়তে ১০ গৰাকী গ্রাহকলৈ বিশেষ পুৰষ্কাৰ দিয়া হ’ব। অধিক জানিবৰ বাবে তথা অনলাইনৰ জৰিয়তে সুবিধা ল’বলৈ 9957992615 নম্বৰত যোগাযোগ কৰিব পাৰিব।






Address

Nagaon, Guwahati, Jorhat, Dibrugarh, Sivasagar, Lakhimpur , Tezpur
Nagaon
782001

Alerts

Be the first to know and let us send you an email when Dugdugi Assamese Jewellery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dugdugi Assamese Jewellery:

Shortcuts

Share