DOOGDOOGIstraight from the heart - Assamese Jewellery

Call Directions Contact the business

DOOGDOOGIstraight from the heart - Assamese Jewellery Branch:1.Chandmari bus stop,ghy 2.Nagaon dhaccapatty,CNTC:8822653307

বিশেষ ৰেহাই... প্ৰত্যেক বছৰৰ দৰে  ১৫জুনত ডু্গডুগী স্বত্বাধিকাৰী জন্মদিন উপলক্ষে   ২৫ জুন লৈকে  পুৰণি গ্ৰাহকসকলৰ বাবে  ২০...
11/06/2026

বিশেষ ৰেহাই... প্ৰত্যেক বছৰৰ দৰে ১৫জুনত ডু্গডুগী স্বত্বাধিকাৰী জন্মদিন উপলক্ষে ২৫ জুন লৈকে পুৰণি গ্ৰাহকসকলৰ বাবে ২০% ৰেহাই দিয়া হব আৰু ১৫জুনত প্ৰত্যেক বছৰে উৎপল বণিয়া শুভকাংশী সকলে গছপুলি ৰোপণ কৰি আহিছে, এইবাৰো তেওঁক ভাল পোৱা সকলে গছপুলি ৰোপণ কৰি ফেচবুক ইষ্ট্ৰাগমত আপলোড কৰি অতিৰিক্ত ৫% ডিছকাউণ্ট লব পাৰিব... লাভৰ ৭০% ডু্গডুগী ফাউণ্ডেশ্যন ৰ যোগেদি সমাজ কল্যাণৰ বাবে কৰা হব । ১৪ বছৰে ডু্গডুগী য়ে ৰাইজৰ সেৱা আগবঢ়াই আহিছে আৰু অসম লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ডু্গডুগী মৰম, আশীৰ্বাদ প্ৰদান কৰি আহিছে। পূৰ্বতে ভাৰত সকলো প্ৰান্ততে কোৰিয়াৰ যোগেদি ডু্গডুগী য়ে ন- পুৰণি ডিজাইনৰ অসমীয়া গহনা ডেলিভাৰী দিয়া ব্যৱস্থা আছিল, পুনৰ সেই সেৱা মুকলি কৰা হৈছে ।ফ্ৰী কোৰিয়াৰ চাৰ্ভিচ....
Online Booking -- 9957992615,

Discount upto 10-15%অসমীয়া গহনা-গাঠুৰীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই অহা ৰাষ্ট্ৰীয়-আন্তঃৰা...
10/06/2026

Discount upto 10-15%
অসমীয়া গহনা-গাঠুৰীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই অহা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কে ধৰি ২১ টাকৈ বিভিন্ন বঁটাৰে সন্মানিত জনপ্ৰিয় প্ৰতিষ্ঠান তথা আপোনালোকৰ মৰমৰ প্ৰতিষ্ঠান "ডু্গডুগী" ,আহি আছে নতুন ৰূপত।ডু্গডুগী শাখা সমূহ - গুৱাহাটী চান্দমাৰী, নগাঁও ক্লক টাৱাৰ, যোৰহাট পুৰণি বালিবাট পথ, লক্ষীমপুৰ, ডিব্ৰুগড়, তেজপুৰ আৰু শিৱসাগৰ। ৰাইজৰ সুবিধা অৰ্থে অনলাইন বুকিঙ 9957992615 কৰিব পাৰিব………………...কেৱল Address টো পঠায় দিলে হব

ডুগডুগীত  ১০০০ টকাৰ পৰা  ৪০০০০ টকালৈকে যিকোনো ন - পুৰণি অসমীয়া গহনা উপলব্ধ 9957992615     ** ডুগডুগীৰ  গুৱাহাটী, যোৰহাট...
26/05/2026

ডুগডুগীত ১০০০ টকাৰ পৰা ৪০০০০ টকালৈকে যিকোনো ন - পুৰণি অসমীয়া গহনা উপলব্ধ 9957992615

** ডুগডুগীৰ গুৱাহাটী, যোৰহাট , নগাওঁ, লখিমপুৰ , তেজপুৰ , ডিব্ৰুগড় শাখাৰ লগতে ডুগডুগীৰ অনলাইন ৱেবচাইট www.dugdugi.in
*** ফেচবুক, ইনস্ট্গ্রাম ,ইউটিউবৰ যোগেদি প্ৰত্যেক দিনাৰ লাইভ ভিডিঅ অথবা আপলোড কৰা ফটো সমূহ স্ক্ৰীণশ্বট লৈ ডুগডুগীৰ যিকোনো শ্ব'ৰুমত আহিলে অথবা হোৱাটছ এপ ৯৯৫৭৯৯২৬১৫ নম্বৰত পঠায় অনলাইন ক্ৰয় কৰিলেও অতিৰিক্ত মূল ৰেহাই লগত ৫ শতাংশ যোগ দি লব পাৰিব। অতি সোনকালে wholesale ত গহনা ক্ৰয় কৰি অসমীয়া যুৱক যুৱতীয়ে ব্যৱসায় কৰিব পৰা গহনা উপলব্ধ হব।অসমীয়া গহনাক বিশ্ব দৰবাৰত থিয় কৰাবলৈ অহৰহ প্ৰচেষ্টা কৰি অহা ২১টাতকৈ অধিক বঁটা প্ৰাপ্ত জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগীয়ে সাফল্যৰ চতুৰ্দশ বৰ্ষত ভৰি দিলে ।
*****

Address

DOOGDOOGI. . Nagaon, Jorhat, Lakhimpur, Dibrugarh, Guwahati, Morigaon, Tezpur
Nagaon
782001

Telephone

+918822653307

Website

Alerts

Be the first to know and let us send you an email when DOOGDOOGIstraight from the heart - Assamese Jewellery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DOOGDOOGIstraight from the heart - Assamese Jewellery:

Shortcuts

Share